মনোবিজ্ঞানী |
জীৱিকা |
---|
নাম |
মনোবিজ্ঞানী Psychologist |
---|
বিৱৰণ |
---|
যোগ্যতা |
Psychotherapy, মনোবৈজ্ঞানিক মূল্যায়ন আৰু পৰীক্ষণ, বিশিষ্টতাৰ ওপৰত নিৰ্ভৰশীল |
---|
প্ৰয়োজনীয় শিক্ষা |
স্থান আৰু বিশেষত্বক লৈ সলনি হয়, মনোবিজ্ঞানত অনাৰ্ছসহ স্নাতক, মনোবিজ্ঞানৰ স্নাতকোত্তৰ, (PsyD অথবা PhD) |
---|
নিযুক্তিৰ ক্ষেত্ৰ |
clinical neuropsychology, clinical, Medical, community, counselling, educational and developmental, forensic, health, organisational or sport and exercise |
---|
সম্পৰ্কিত চাকৰি |
|
মনোবিজ্ঞানী (ইংৰাজী: Psychologist) হৈছে এনে এগৰাকী ব্যক্তি যি অস্বাভাৱিক মানসিক স্থিতি, বোধগত, ধাৰণাগত, আৱেগজনিত আৰু সামাজিক ক্ৰিয়া আৰু আচৰণৰ বিষয়ে অধ্যয়ন অথবা চৰ্চা কৰে। এই বৃত্তিৰ লগত জড়িত ব্যক্তিসকলে পৰীক্ষা-নিৰীক্ষা, পৰ্যবেক্ষণ, আৰু ৰেকৰ্ডিঙৰ দ্বাৰা ব্যক্তিবিশেষৰ পাৰস্পৰিক আন্তঃসম্পৰ্ক আৰু পৰিৱেশৰ ওপৰত সৃষ্টি হোৱা প্ৰভাৱৰ মূল্যাংকন কৰে।[1]
তথ্য সংগ্ৰহ
- ↑ U.S. Department of Labor, Bureau of Labor Statistics, Occupational Outlook Handbook: Psychologists