কেন্দ্ৰীয় বিদ্যালয় সংগঠন, N. E. Region ৰ বাবে শৈক্ষিক পৰামৰ্শদাতা
সদস্য হিচাপে মনোনীত কৰা (ক) ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা প্ৰতিষ্ঠানৰ অধীনত স্বীকৃতি প্ৰদানৰ বাবে প্ৰতিষ্ঠানসমূহৰ পৰিদৰ্শন সম্পন্ন কৰিবলৈ গঠন কৰা সমিতি, (খ) *টিঅ’চি সমিতি, (গ) এনআইঅ’এছৰ কাৰ্যবাহী সহায় নিৰ্বাচনৰ বাবে নিৰ্বাচন সমিতি আদি।[5]
সন্মান, বঁটা আৰু স্বীকৃতি
ছাত্ৰী অৱস্থাত এখেতে কেইবাটাও বঁটা আৰু সন্মান লাভ কৰি বিদেশত অনান্য় শৈক্ষিক কাৰ্যসূচীত সুখ্যাতিৰে নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৯ চনত “ গ্ৰেট এচিভাৰ অৱ ইণ্ডিয়া এৱাৰ্ড”, ২০০০ চনত ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ফ্ৰেণ্ডশ্বিপ ছ’চাইটি দিল্লীৰ পৰা “ভাৰত জ্যোতি বঁটা” লাভ কৰিছিল। নতুন দিল্লীৰ একবিংশ শতিকাৰ উন্নয়ন পৰিষদৰ পৰা ২০০১ চনত “জীৱনজোৰা উৎকৃষ্টতা বঁটা” লাভ কৰা। আমেৰিকান বায়’গ্ৰাফিক ইনষ্টিটিউট, ইউ.এছ.এ.ৰ দ্বাৰা ২০০১ চনৰ বাবে ইণ্টাৰনেশ্যনেল হু’ছ হু অৱ প্ৰফেচনেল এণ্ড বিজনেছ উইমেনৰ নৱম সংস্কৰণত সন্মানিত।
তথ্যসূত্ৰ
↑"Educationist Tilottama Barooah no more" The Sentinel 2017-29-06. Retrieved 2018-13-05
↑"Educationist Tilottama Barooah no more" The Sentinel 2017-29-06. Retrieved 2018-13-05
↑"Development of Adult, Continuing and Non-Formal Education in India" Concepts in Communications Informatics & Librarianship Series No. 87 - 2002 Retrieved 2018-13-05
↑"Whitley Fund for Nature" WFN 2017. Retrieved 2018 May
↑http://unesdoc.unesco.org Policy Framework for Literacy and Continuing Education. UNESCO Bangkok, 1994. Retrieved 2018 May.