চিত্ৰ:মূগা কাপোৰ ১.jpeg

সাৰাংশ

বৰ্ণনা

মূগা পলুৰ লেটাৰ পৰা মূগা সূতা উলিয়াই সেই সূতা কাটি কাটি তাঁত বৈ মূগা কাপোৰ তৈয়াৰ কৰে শিপিনীয়ে। অসমৰ শোৱাকুছিত মূগা কাপোৰ যথেষ্ট পৰিমানে তৈয়াৰ হয়। অসমীয়াৰ বিহুত নাচনীৰ মূল সাজ হিচাপে মূগা কাপোৰ ব্যৱহাৰ কৰা হয়।

উৎস

নিজা কাম

তাৰিখ

২৬ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ