কৰিমগঞ্জ লোকসভা সমষ্টি (ইংৰাজী: Karimganj Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা। এই সমষ্টিটো অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
বিধানসভাৰ সমষ্টিসমূহ
কৰিমগঞ্জ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে [1]:
ক্ৰম
|
সমষ্টিৰ নাম
|
অনুসূচিত জাতি/ জনজাতিৰ বাবে সংৰক্ষিত
|
জিলা
|
১
|
১, ৰাতাবাৰী বিধানসভা সমষ্টি
|
অনুসূচিত জাতি
|
কৰিমগঞ্জ
|
২
|
২, পাথাৰকান্দি বিধানসভা সমষ্টি
|
নহয়
|
কৰিমগঞ্জ
|
৩
|
৩, কৰিমগঞ্জ উত্তৰ বিধানসভা সমষ্টি
|
নহয়
|
কৰিমগঞ্জ
|
৪
|
৪, কৰিমগঞ্জ দক্ষিণ বিধানসভা সমষ্টি
|
নহয়
|
কৰিমগঞ্জ
|
৫
|
৫, বদৰপুৰ বিধানসভা সমষ্টি
|
নহয়
|
কৰিমগঞ্জ
|
৬
|
৬, হাইলাকান্দি বিধানসভা সমষ্টি
|
নহয়
|
হাইলাকান্দি
|
৭
|
৭, কাটলিচেৰা বিধানসভা সমষ্টি
|
নহয়
|
হাইলাকান্দি
|
৮
|
৮, আলগাপুৰ বিধানসভা সমষ্টি
|
নহয়
|
হাইলাকান্দি
|
লোকসভাৰ সদস্যসকল
আৰম্ভণিৰেপৰা বৰ্তমানলৈ কৰিমগঞ্জ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা সদস্যসকলৰ নাম তলত উল্লেখ কৰা হ'ল।[2]
ক্ৰম |
বৰ্ষ |
প্ৰাৰ্থী |
দল
|
১ |
১৯৬২ |
নিহাৰ ৰঞ্জন লস্কৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
২ |
১৯৬৭ |
নিহাৰ ৰঞ্জন লস্কৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৩ |
১৯৭১ |
নিহাৰ ৰঞ্জন লস্কৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৪ |
১৯৭৭ |
নিহাৰ ৰঞ্জন লস্কৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৫ |
১৯৮০ |
নিহাৰ ৰঞ্জন লস্কৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ (ই)
|
৬ |
১৯৮৫ |
সুদৰ্শন দাস |
ভাৰতীয় কংগ্ৰেছ (সমাজবাদী)
|
৭ |
১৯৯১ |
দ্বাৰকা নাথ দাস |
ভাৰতীয় জনতা পাৰ্টি
|
৮ |
১৯৯৬ |
দ্বাৰকা নাথ দাস |
ভাৰতীয় জনতা পাৰ্টি
|
৯ |
১৯৯৮ |
নেপাল চন্দ্ৰ দাস |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
১০ |
১৯৯৯ |
নেপাল চন্দ্ৰ দাস |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
১১ |
২০০৪ |
ললিত মোহন শুক্লবৈদ্য |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
১২ |
২০০৯ |
ললিত মোহন শুক্লবৈদ্য |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
১৩ |
২০১৪ |
ৰাধেশ্যাম বিশ্বাস [3] |
এ আই ইউ ডি এফ
|
তথ্য সংগ্ৰহ
|
---|
| বৰ্তমান | |
---|
| আগৰ |
১৯৫২-২০১৯ | |
---|
| ১৯৫৭-২০১৯ | |
---|
| ১৯৬৭-২০১৯ | |
---|
|
---|
|