কাস্পিয়ান সাগৰ
|
|
The Caspian Sea as captured by the MODIS on the orbiting Terra satellite, June 2003
|
স্থানাংক
|
41°40′N 50°40′E / 41.667°N 50.667°E / 41.667; 50.667স্থানাংক: 41°40′N 50°40′E / 41.667°N 50.667°E / 41.667; 50.667
|
প্ৰকাৰ
|
Endorheic, Saline, Permanent, Natural
|
Primary inflows
|
Volga River, Ural River, Kura River, Terek River
Historically: Amu Darya
|
Primary outflows
|
Evaporation
|
Catchment area
|
36,26,000 বৰ্গ কি.মি. (14,00,000 বৰ্গ মাইল)[1]
|
Basin countries
|
Azerbaijan, Iran, Kazakhstan, Russia, Turkmenistan
Historically also Uzbekistan
|
|
Max. length
|
১,০৩০ কিমি
|
Max. width
|
৪৩৫ কিমি
|
Surface area
|
3,71,000 বৰ্গ কি.মি. (1,43,200 বৰ্গ মাইল)
|
Average depth
|
২১১ মিটাৰ
|
Max. depth
|
১,০২৫ মিটাৰ
|
Water volume
|
সাঁচ:Convert/km3
|
Residence time
|
250 years
|
Shore length1
|
৭,০০০ কিমি
|
Surface elevation
|
-২৮ মিটাৰ
|
|
Islands
|
26+
|
Settlements
|
Baku (Azerbaijan), Rasht (Iran), Aktau (Kazakhstan), Makhachkala (Russia), Türkmenbaşy (Turkmenistan) (see article)
|
References
|
[1]
|
1 Shore length is not a well-defined measure.
|
কাস্পিয়ান সাগৰ (ৰুছ: Каспи́йское мо́ре, tr. Kaspiyskoye more; IPA: [kɐˈspʲijskəjə ˈmorʲə], Azerbaijani: Xəzər dənizi, কাজাখ: Каспий теңізі Kaspiy teñizi, ফাৰ্চী: دریای خزر Daryā-e Xazar' ,دریای کاسپین Daryā-e Kāspiyan, তুৰ্কমেন: Hazar deňizi )কালিৰ ফালৰ পৰা বিশ্বৰ সৰ্ববৃহৎ মাটিৰে আৱৰা সাগৰ (inland body of water), বা বহুতে গণ্য কৰাৰ দৰে বিশ্বৰ সৰ্ববৃহৎ হ্ৰদ৷[2][3] এই সাগৰৰ পৃষ্ঠকালি 3,71,000 বৰ্গ কি.মি. (1,43,200 বৰ্গ মাইল) আৰু আয়তন সাঁচ:Convert/km3৷[4] এই সাগৰৰ পৰা পানী বাহিৰলৈ ওলাই যোৱাৰ বাট নাই (endorheic basin-no outflows)৷ কাস্পিয়ান সাগৰ ইউৰোপ আৰু এছিয়াৰ মাজত অৱস্থিত৷ [5]
এই সাগৰৰ উত্তৰ-পূবে কাজাখাস্তান , উত্তৰ-পশ্চিমে ৰাছিয়া, পশ্চিমে এজাৰবাইজান (Azerbaijan), দক্ষিণে ইৰাণ আৰু দক্ষিণ-পূবত তুৰ্কমেনিস্তান (Turkmenistan)৷ কাস্পিয়ান সাগৰ ক’কেছাছ পৰ্বতমালা (Caucasus Mountains) ৰ পূবে আৰু কেন্দ্ৰীয় এছিয়াৰ পশ্চিমে অৱস্থিত৷ এই সাগৰৰ উত্তৰৰ অংশ যাক কাস্পিয়ান অৱনমন (Caspian Depression) বুলি জনা যায়, পৃথিৱীৰ আটাইতকৈ গভীৰ (the lowest points on Earth) অংশসমূহৰ ভিতৰত অন্যতম৷
কাস্পিয়ান সাগৰৰ প্ৰাচীন অধিবাসীসকলে এই সাগৰৰ বৃহদাকাৰৰ বাবে ইয়াক হ্ৰদ বুলি নাভাৱি সাগৰ বুলি গণ্য কৰিছিল৷ এই সাগৰৰ লোণৰ মাত্ৰা প্ৰায় 1.2% (12 গ্ৰাম/লিটাৰ),যি প্ৰায়বোৰ সাগৰীয় পানীতকৈ এক তৃতীয়াংশহে লুণীয়া৷
তথ্যসূত্ৰ
বাহ্যিক সংযোগ