এষ্ট্ৰ'ছেট (ইংৰাজী: Astrosat) হৈছে জ্যোতিৰ্বিজ্ঞান গৱেষণাৰ বাবে নিৰ্মিত ভাৰতৰ প্ৰথমটো উপগ্ৰহ আৰু ২৮ ছেপ্টেম্বৰ তাৰিখে পি.এছ.এল.ভি. উৎক্ষেপন বাহনৰ সহায়েৰে ইযাক সফলতাৰে কক্ষপথত স্থাপন কৰা হয়।[1][2]
১৯৯৬ চনত উপগ্ৰহ যোগে বহন কৰা ভাৰতীয় এক্স ৰে' পৰীক্ষণ (IXAE)ৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৱে পৰৱৰ্ত্তী পদক্ষেপ হিচাপে ২০০৪ চনত এষ্ট্ৰ'ছেটৰ বিকাশৰ অনুমোদন জনায়।[3]
উদ্দেশ্য
বহন ক্ষমতা
স্থল সমৰ্থন
অংশগ্ৰহণকাৰী সন্থা সমূহ
এষ্ট্ৰ'ছেট প্ৰকল্পটো বহুতো গৱেষণা সন্থাৰ এক যৌথ প্ৰচেষ্টাৰ ফল। সেই সমূহ হৈছে -
- ভাৰতীয় মহাকাশ গৱেষণা সন্থা (ইছৰো)
- টাটা মূলভূত গৱেষণা প্ৰতিষ্ঠান, মুম্বাই
- ভাৰতীয় তৰাভৌতোকী প্ৰতিষ্ঠান, বাঙ্গালুৰু
- ৰমন গৱেষণা প্ৰতিষ্ঠান, বাঙ্গালুৰু
- আন্তঃ বিশ্ববিদ্যালয় জ্যোতিৰ্বিজ্ঞান আৰু তৰাভৌতোকী কেন্দ্ৰ, পুণে
- ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ, মুম্বাই
- এছ.এন. বচু ৰাষ্ট্ৰীয় মৌলিক বিজ্ঞান কেন্দ্ৰ, কলকাতা
- কানাডীয় মহাকাশ অভিকৰণ
- লেইচেষ্টাৰ বিশ্ববিদ্যালয়[4]
লগতে চাওক
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ